Rongali Bihu / Bohag Bihu Assamese Wishes SMS For Whatsapp

Are you looking for some of the best Rongali Bihu Wishes in Assamese Language? If yes, this post is for you. Today we have collected new and latest Bohag Bihu Assamese Wishes SMS for Whatsapp. Just select one of the Bohag Bihu sms, wishes from the list and share it with your friend, family and relatives.Rongali Bihu Assamese Wishes SMS

Bohag Bihu Assamese Wishes SMS For Whatsapp

বসন্তৰ আগমনত, কুলিৰ মাতত, ঢোলৰ চাপত, পেপাঁৰ লহৰেৰে, কপৌ ফুলৰ সুগন্ধেৰে, জীৱন ৰঙালী হৈ পৰক । তাৰেই কামনাৰে বহাগ বিহুৰ শুভেচ্ছা যাচিছো ।

বিহুটি আহিছে, ঢোল পেপা বাজিছে, বিৰিখে সলাইছে পাত, নাহৰৰ সুবাসত উৰে মন উলাহত, বিহু বিহু লাগিছে গাত । বহাগ বিহু তথা অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভকামনা যাচিলো ।

বিহুটি নামেৰে তিনিটি আখৰে, কোনে লিখি থৈ গ’ল শিলত, ঘুনেও নধৰে মামৰেও নধৰে, থাকিব অসমীয়াৰ মাজত ।

কপৌ ফুল ফুলিলে ডালত, কেতেকি ফুলিলে বনত, ন পাহি আহিলে, কুলিয়ে মাতিলে, বিহু বিহু লাগিলে মনত ।

অতিকৈ চেনেহৰ মুগাৰে মহুৰা, অতিকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ ৰঙালী বিহুটি, নাপাতি কেনেকৈ থাকো ।

বসন্তৰ আগমনে তোমাৰ হৃদয়লৈ কঢ়িয়াই আনক আশাৰ নতুন বতৰা, ঢোল পেপা গগনাৰ মাতে কঢ়িয়াই নিয়ক তোমাৰ সকলো দুখ বেদনা, ৰঙালী বিহুৰ এয়ে শুভকামনা ।

তোমালৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো । ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা-মন, আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই ৰঙীণ আৰু সুখ শান্তিৰে ভৰি পৰক ওৰে জীৱন ।

সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। নৱবৰ্ষৰ প্ৰতিটো পলে কঢ়িয়াই আনক সুখ সমৃদ্ধি আনন্দ আৰু আশাৰ বতৰা ।

Ronali Bihu Wishes SMS In English Language

Bohag Bihu Assamese Wishes SMS

B-Bond of Love, I-Icon of Assam, H-Humanity, U-Unity.. This is our Bihu, our soul..wish you a very Happy Bohag Bihu 2017.

Kuhipate Hojale Dhoroni, Aakakhe Lole Meghor Uroni, Meghor Maaje Maaje Rodor Tirbironi, Aiyai Je Bohagor Agomoni – Rangali Bihu Aru Asomiya Notun Bosoror Hiya Bhora Ulog Jonaisu.

Let this Bihu give you the strength to do all that you dreamed to do during last year but didn’t dare to do.

Let us welcome this Bohag Bihu with great hope, eagerness and anticipation. Let us look forward to a plentiful year of joy, satisfaction, peace and prosperity.

Nai Xuna Dhul Pepar Maat, Tathapitu Bihu Bihu Lagise Mur Gaat. Bohag Bihur Hiya Bhora Xuvessa Jonaisu.

Happy Rongali Bihu. let this year be filled with the things that are truly good.

You Might Also Like: Best Assamese Whatsapp Wishes SMS Collection

Leave a Reply