Today we have collected the latest collection of best Assamese whatsapp status for our readers. We are the first to share Assamese status for whatsapp in internet. Just select one of the best Assamese whatsapp status from the list and share it with your friends. Hope you’ll find many more interesting status in this article.Here we have included assamese whatsapp jokes, funny assamese status, assamese love status for whatsapp and assamese whatsapp quotes. So what you are waiting for? It’s time to update whatsapp status in your own mother tongue. If you like the post, don’t forget to share it with your friends.
Best Assamese Whatsapp Status
হৃদয় এখন আছে | যতনৰ অভাৱত চুক এটাত পৰি আছে, কাৰোবাক দিয়াৰ কথা ভাবি আছো বহুদিনৰ পৰা | আলফুলে ৰাখিব পাৰে যদি লৈ যাব পাৰে | ভয় নাখাব, pre-condition একো ৰখা নাই |
তুমি বিচাৰিলে আকাশৰ জোনটো আনি দিম , তুমি ক’লে সাগৰো সাতুৰিম, তুমি কান্দিলে চকুলো মচি দিম, তুমি হাহিঁলে দাতকেইটা ঘোচিয়াই ভাঙি দিম |
যেতিয়া তুমি মোলৈ এছ.এম.এছ নকৰা এনেকুৱা লাগে যেন . . . চেণ্ডেল খুলি . . . . . . . . . . জোতা পিন্ধি ল’ম, আৰু তোমাৰ ওচৰলৈ দৌৰ মাৰিম…
আশা আছে জীৱন যুৰি, সফল হোৱা নাই । ৰং আছে আঁকিবলৈ ,ছবি পোৱা নাই ।মন আছে হাঁহিবলৈ , আনন্দহে নাই ।দুখ আছে কান্দিবলৈ আপোন কোনো নাই। মনত আছে বহু সুৰ, গীতৰ ভাষা নাই। মৰম আছে হৃদয় জুৰি, দিবলৈ আছো বাট চাই ।
জীৱন আছে, কিন্তু ভৰষা নাই| আশা আছে, কিন্তু বাস্তবত নাই| মন আছে, কিন্তু ধন নাই| বন্ধু আছে, কিন্তু প্রকৃত বন্ধু নাই| আত্মীয় আছে, কিন্তু নিজৰ বুলিবৰ নাই| প্রেম আছে কিন্তু সত্য প্রকৃত প্রেমিকা নাই |
Romantic Assamese Status For a Rainy Night
যদি থাকিলা হেঁতেন তুমি মোৰ কাষতে হাতত লৈ এটি ছাতি, তিতিলো হেঁতেন আমি দুয়ো নিশাৰ বৰষুনত আজি |
যদি তুমি প্রেম কৰিবলৈ সাজু নহয়,তেনেহ’লে প্রেমৰ অভিনয় নকৰিবা মিছাতে, কাৰো অন্তৰত প্রেম জাগৃত হ’ব পৰা আচৰণ নকৰিবা। ই প্রেমত প্রতাৰণা কৰা সৈতে একে ।
৮টা আচৰিত ঘটনা ১. ভাৰতত ৯৫% মানুহে গাখীৰ নাখায় ২. U.K. ত এতিয়ালৈ জোৰৱা শিশু জন্ম হোৱা নাই ৩. নেপালত মানুহে বাঘৰ সৈতে শুয়ে ৪. সাপক বতাহত দলিয়ালে ১০ মিনিট উৰি থাকে ৫. জেব্ৰাৰ কলিজা নাই ৬. হাতিৰ এদাল নোমেৰে ৩ টা মোবাইল চাৰ্জ দিব পাৰি ৭. বান্দৰে চাইনিজ কব পাৰে ৮. এইবোৰ সকলো মিছা কথা মই মাত্ৰ টাইম পাছ কৰিবলে লিখিছিলো… যিকি নহওক ইমান মনজোগেৰে পঢ়া কাৰনে ধন্যবাদ |
Assamese Whatsapp Status For Valentine’s day
সকলোৰে দুখ থাকে, অশান্তি থাকে | কিন্তু কোনো দুখেই দুখ হৈ নাথাকে যেতিয়াই সেই দুখবোৰ মোৰ পৰা আমাৰ হৈ পৰে | পৃথিৱীৰ সকলো সুন্দৰতা অনুভৱ আৰু উপভোগ কৰিবলৈ লগত এজন মনে বিচৰা সংগীৰ প্ৰয়োজন | তোমালোক সকলোৰে দুখবোৰ মোৰ পৰা আমাৰ হোৱাৰ কামনাৰে……
জীৱনৰ ৩ টা সত্য কথা – ১. টকাই সকলো নহয়, ATM card আৰু VISA ও আছে ২. শ্রেণী কোঠাত হাল্লা নকৰিবা, শুই থকা বোৰে দিগদাৰ পায় ৩. আজি এই কামটো কিয় কৰা, কালি কোনো এজনে কৰিবই |
গাধ নং ৱান – মোৰ মালিকে মোক বৰ পিটে অ’…….! গাধ নং টু- তই পলাই নাযাৱ কিয়? গাধ নং ৱান- পলাই তো কেতিয়াবাই গলোঁ হয়, কিন্তু ভবিষ্যৎ উজ্জ্বল বাবেই যোৱা নাই! গাধ নং টু- তই এটা ভাল গাধ দেই..ইমান পিটন খোৱাৰ পিছতো উজ্জ্বল ভবিষ্যতৰ সপোন দেখিছ! গাধ নং ৱান- তই কি বুজি পাবি গাধ! মালিকৰ দিপলিপ ছোৱালীজনীয়ে দুষ্টালি কৰিলেই মালিকে কয়-” তোৰ বিয়া এই গাধটোৰ লগত পাতি দিম ৰ’…!”
মই যদি এটা চৰাই হ’লোহেতেন পুৱাতেই গৈ তোমাৰ কোঠাৰ খিৰিকীত পৰিলোগৈহেতেন। মোৰ পাখি মেলি খিৰিকীৰে সোমোৱা ৰ’দ ঢাকি ধৰিলোহেতেন।তুমি যেতিয়া সাৰ পালাহেতেন মই কলোহেতেন Good Morning.
শিক্ষক : কণটিলৌ কচোন এনে কিপ্রজাতিৰ প্রাণী আছে যিয়ে আকাশত উৰে কিন্তু মাটিত পোৱালি জন্ম দিয়ে? কণটিলৌ : এয়াৰহোষ্টেজ ছাৰ !
জীৱন সম্পৰ্কীয় কেইটামান সঁচা কথা……চৰাইজনীয়ে জীয়াই থাকোতে পৰুৱাবোৰক খায় | কিন্তু মিত্যু হোৱাৰ পাছত পৰুৱাবোৰে চৰাইজনীক খায় | সেয়ে সকলোৱে মনত ৰখা উচিত যে- সময় আৰু স্থিতি যিকোনো মূহূৰ্তত সলনি হ’ব পাৰে |
অসমৰ মানুহে বাইক চলালে হেলমেট পৰিধান নকৰিব পাৰে কিন্তু নিজৰ মোবাইলটোত কভাৰ আৰু স্ক্ৰিনগাৰ্ড লোকৰ পৰা পইছা ধাৰ কৰি হ’লেও ল’গাব লাগে নিজৰ হাত ভৰি ভাঙি যাওক কিন্তু মোবাইলত দাগ এটাও পৰিবলৈ নিদিয়ে |
Double Meaning Whatsapp Status
ছোৱালী এজনীয়ে ছাতিটো বেয়া হ’লত মিস্ত্রিৰ ওচৰত ভাল কৰিবলৈ গ’ল | ছাতিটো দেখি মিস্ত্রিয়ে ছোৱালীজনীক ক’লে, ওপৰৰ কাপোৰ খুলিব লাগিব | তেতিয়া ছোৱালীজনীয়ে ক’লে, “যেনেকে কৰে কৰক কিন্তু ভিতৰত পানীতো পৰিব নালাগে ||”
We hope that you have enjoyed the ‘Best Assamese Whatsapp Status’ article. Don’t forget to share the post with your social media friends. If you have a unique Assamese whatsapp status for our readers, just share it through our comment section. Keep visiting our blog regularly to read the latest collection of whatsapp status, whatsapp quotes and whatsapp jokes. Thanks for reading.